মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

পেকেট কৰা পন্য সামগ্ৰীৰ ওজন আৰু মাপ সংক্ৰান্তীয় আইনী সুবিধা
  • যিকোনো লেনদেন অথবা সংৰক্ষণৰ বাবে যিকোনো মাপ ওজনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আইনী মেট্ৰলজী বিষয়াৰ মোহৰ মাৰিব আৰু সময়ে সময়ে তাক পুনৰীক্ষণ কৰি পুনৰ মোহৰ মাৰিব|
  • অনুজ্ঞাপত্ৰ অবিহনে উ‍‍ত্পা দন, মেৰামতি বা বিক্ৰী নিষিদ্ধ|
  • নিৰ্ধাৰিত মাপৰ ওজন বা নিৰ্ধাৰিত মাপৰ নামংকৰণৰ মতে ঝিকোনো মাপৰ ওজন আৰু নামংকৰণৰ ব্যৱহাৰ হ'ব লাগিব|
  • ওজনৰ ক্ষেত্ৰত হেৰফেৰ কৰি কোনো ব্যক্তিক প্ৰৱঞ্চনা কৰাটো নিষিদ্ধ|
  • নিৰ্ধাৰিত ওজন বা মাপৰ বস্তুৰ বাহিৰে বেলেগ ওজন বা মাপৰ বস্তু উত্পা দন বা বিক্ৰী বৰ্জনীয়|
  • নিৰ্ধাৰিত মাপৰ ওজন বা মাপৰ ক্ষেত্ৰত লেনদেন, চুক্তি আদি উলংঘা কৰাটো বৰ্জনীয়|
  • অনিৰ্ধাৰিত এককৰ প্ৰকাশ কৰাটো বৰ্জনীয়|
  • অনুজ্ঞাপত্ৰ অবিহনে বা উত্পাকদন বা আমদানি নাইবা মডেলৰ অনুমোদন নোহোৱা ওজন বা মাপ বৰ্জনীয়|
  • উত্পাীদন, পেকিং, আমদানি, বিক্ৰী, বিতৰণ, যোগান অথবা স্থানান্তৰিত হোৱা, আগবঢ়োৱা, পেকিং কৰা পন্যদ্ৰব্যৰ বিক্ৰীৰ বাবে পেকেটৰ ওপৰত ঘোষনা নাথাকিলে সেই সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা হ'ব|
  • উত্পািদন, পেকিং, আমদানি কৰা পূৰ্ব পেকেটিং কৰা সামগ্ৰীৰ সংক্ষাত হেৰ ফেৰ হ'লে তেনে সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা হ'ব|
  • পঞ্জীয়ন নোহোৱা যিকোনো ওজন বা মাপৰ সামগ্ৰীৰ আমদানি বৰ্জনীয় |