মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

আমাৰ পৰিচয়

  • আইনী পৰিমাপ বিভাগ (ওজন আৰু মাপ), অসম ১৯৬০ চনত অসমত স্থাপন কৰা হৈছিল যাৰ উদ্দেশ্য ওজন আৰু মাপ আদি আন ৰাজ্যৰ সমভাৱে ব্যৱস্থা কৰা ।

    "পৰিমাপ"ওজন আৰু মাপৰ এক বিজ্ঞান আৰু আইনী পৰিমাপ ওজন আৰু মাপৰ প্ৰক্ৰিয় বা ওজন আৰু মাপ জোখা সজুলিৰ সৈতে জড়িত,এই অপৰিহাৰ্য কাৰিকৰি আৰু আইনী প্ৰয়োজনীয়তাই ৰাইজৰ সুৰক্ষা আৰু সঠিক ওজন আৰু মাপৰ দিশটোক নিশ্চিত কৰে।