আমি সকলোবোৰ তথ্য় আৰু সহায় একেলগে আগবঢ়াবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে এইসমূহ অনায়াসে বিচাৰি উলিয়াবলৈ সক্ষম হয়।
ই এক নথি পত্ৰৰ ভঁৰাল যত কোনো এতা সংগঠনৰ যিকোনো নথি-পত্ৰ খুব কম সময়ৰ ভিতৰতে বিচাৰি উলিয়াই সঠিক ঠাইত স্থাপন কৰিব পৰা যায় ।
আইনী মেট্ৰমজী নিয়ন্ত্ৰকৰ কাৰ্যালয়,অসম। ডাক-উলুবাৰী, জিলা- কামৰূপ(ম), অসম, পিন-৭৮১০০৭ ইমেইল: legmetroassam@gmail.com