মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

জোখ মাখৰ পুনৰীক্ষণ

    • যিকোনো ওজন বা মাপৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ ওজন বা মাপ আইনী পৰিমাপ বিষয়াৰ কাৰ্যালয়ত পুনৰীক্ষণৰ বাবে দেখুৱাব লাগিব বা আইনী পৰিমাপ বিষয়াই নিৰ্ধাৰণ কৰি দিয়া আন কোনো ঠাইত দেখুৱাব লাগিব।
    • নিজৰ ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰা বস্তুৰ জোখ মাখৰ পুনৰীক্ষণৰ বাবে, ব্যৱহাৰকাৰীয়ে আইনী পৰিমাপ বিষয়াক পৰীক্ষণৰ তাৰিখ পৰা অতি কমেও ৩০ দিন আগতে খতিয়ান দিব লাগিব।
    • কোনো ঠাইত স্থাপন কৰা, পৰীক্ষা কৰা ওজন বা মাপৰ, যদি আন কোনো ঠাইত পুৰ্নসংস্থাপন কৰিলে পুনৰীক্ষন আৰু মুদ্ৰাংকণ নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰে, তাৰোপৰি সময়ে সময়ে কৰা জোখ মাখৰ পুনৰীক্ষণ দিব লগীয় নহয়।
    • যদি ওজন বা মাপৰ মেৰামতি কৰা হয়, তেন্তে তেনে ওজন বা মাপৰ পুনৰীক্ষন আৰু মুদ্ৰাংকণ নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰে, তাৰোপৰি সময়ে সময়ে কৰা জোখ মাখৰ পুনৰীক্ষণ দিব লগীয় নহয়।
    • প্ৰতিটো পৰীক্ষণ আৰু মুদ্ৰাংকন কৰা জোখ মাখৰ এটা সময়ৰ অন্তৰালত পুনৰীক্ষণ কৰি শেষ কৰিব
      (ক) ওজন, মাপ ক্ষমতা, দৈৰ্ঘৰ মাপ, টেপ, বীম স্কেল আৰু কাউন্টাৰ মেচিনৰ বাবে চব্বিছ মাহ।
      (খ) জমা ৰখা টেংকৰ বাবে ষাঠি মাহ আৰু
      (গ)ওপৰৰ
      (ক) আৰু
      (খ) ত উল্লেখ কৰা সমূহৰ ওপৰিও লৰি টেংক সহ জোখ মাখপৰিমানৰ বাবে বাৰ মাহ।