মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

আমি কি কৰো

    • পাবলগীয়া মাচুল পোৱাৰ পিছত বাৰ্ষিক ভাৱে ওজন আৰু মাপ আৰু ওজন আৰু মাপ জোখা সজুলিৰ নিৰ্ধাৰিত মান পৰীক্ষণ কৰে।
    • ইয়াৰ ওপৰিও ই আইনী পৰিমাপ (পেকেটিং পন্য সামগ্ৰী) আইন, ২০১১ক প্ৰয়োগ কৰে। লগতে সকলো পেকিং সামগ্ৰী আৰু টেমাৰ ওপৰত সামগ্ৰীৰ বিষয়ে সবিশেষ যেনে ওজন, আকাৰ,দীঘ, সৰ্বোচ্চ খুচৰা মূল্য আৰু উত্পাদন/পেকেটিং তাৰিখ আদি উল্লেখ থাকে।
    • সকলো ধৰণৰ ওজন, মাপ আৰু মাপ জোখা সজুলিৰ ব্যৱহাৰকাৰীয়ে নিজকে বাৰ্ষিকভাৱে পৰীক্ষণ কৰাটো প্ৰয়োজনীয়। ওজন আৰু মাপৰ সকলো উত্পাদনকাৰী, মেৰামতি কৰোতা আৰু বিক্ৰেতাক প্ৰতিষ্ঠানে অনুজ্ঞাপত্ৰ দিয়ে আৰু সেই অনুজ্ঞাপত্ৰ বাৰ্ষিকভাৱে ম্যাদ বৃদ্ধি কৰাতো প্ৰয়োজনীয়।
    • আইন উলংঘনৰ যাতে হব নোৱাৰে তাক সুনিশ্চিত কৰিবলৈ নিয়মিত পৰিদৰ্শনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ বাবে প্ৰায়ে উত্পাদনকাৰী আৰু খুচৰা প্ৰতিষ্ঠানত হঠাতে পৰিদৰ্শন কৰিব লগীয়াও হয়।
    • ওজন আৰু মাপ উত্পাদনকাৰী, মেৰামতি কৰোতা আৰু বিক্ৰেতাক অনুজ্ঞাপত্ৰ প্ৰদান আৰু ম্যাদ বৃদ্ধি ।