মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

পূৰ্ব পেকিং পন্য সামগ্ৰীৰ উৎপাদনকাৰী/পেকিং কৰোতা/আমদানি কৰোতাৰ পঞ্জীয়ন

    • পূৰ্ব পেকিং পন্য সামগ্ৰীৰ উৎপাদনকাৰী/পেকিং কৰোতা/আমদানি কৰোতা সকলে নিজৰ নাম আৰু সম্পূৰ্ণ ঠিকনা ভাৰত চৰকাৰৰ আইনী পৰিমাপ সঞ্চালকালয়ত বা নিয়ন্ত্ৰকৰ ওচৰত পঞ্জীয়ন কৰিব লাগে।
    • এখন পঞ্জীয়ন প্ৰমাণ পত্ৰ আবেদন কাৰীৰ নামত প্ৰধান কৰা হয়
    • এই পঞ্জীয়ন প্ৰমাণ পত্ৰ প্ৰয়োজন সাপেক্ষে ভাৰত চৰকাৰৰ আইনী পৰিমাপ সঞ্চালকালয়ত বা নিয়ন্ত্ৰকৰ ওচৰত আবেদন কৰিব লগা হয়।