মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

সংগঠনটোৰ পৰিসংখ্যাসমূহ

বিভাগটো‌ৱে সংগ্ৰহ কৰা ৰাজহ (শুল্ক)

ক্ৰমাংকউৎস২০১৫-১৬
(টকাত)
২০১৬-১৭
(টকাত)
i)ওজন আৰু জোখ-মাখৰ নিৰীক্ষণ আৰু চীল-মোহৰ মৰাৰ বাবদ৩৪,৪১৯,৫২৭.০০
(লক্ষ্য ৩২,৪৫০,০০০.০০ ৰ বিপৰিতে)
সফলতাৰ শতকৰা হাৰ  
১০৬.০৭%
৪৩,২৯১৮৪৩.০০
(লক্ষ্য ৩৫,৪২৫,০০০.০০ৰ বিপৰীতে)
সফলতাৰ শতকৰা হাৰ 
১২২.২১%
ii)স্টোৰেজ টেংকৰ মাপ কৰণৰ বাবে লো‌ৱা শুল্ক২,১০২,৬৪০.০০২,০৬৪,৭৮১.০০
iii)লাইচেন্স নতুনকৈ দিয়া বা নবীকৰণৰ বাবে লো‌ৱা শুল্ক৪৮৩,২০০.০০৩৫৬,৯৫০.০০
iv)অপৰাধৰ বাবে লো‌ৱা শুল্ক১,৯৬৯,০০০.০০৬,৭৪২,৫০০.০০
v)নিৰ্মাতা/পেকিং কৰোতা/ আমদানী কৰোতাৰ পঞ্জীয়নৰ বাবে লো‌ৱা শুল্ক১৩১,৭০০.০০১১৯,৯০০.০০
মুঠ৩৯,১০৬,০৬৭.০০৫২,৫৭৫,৯৭৪.০০

দোষাৰোপ কৰা ঘটনাৰ স‌ৱিশেষ:

ক্ৰমাংকঘটনাৰ স‌ৱিশেষ২০১৫-১৬২০১৬-১৭
i)দোষাৰোপ কৰা ঘটনাৰ পঞ্জীয়ন৫০৩ টা১৭০৮ টা
ii)দোষাৰোপ কৰা ঘটনাৰ সবৃদ্ধি২৭৭  টা৮৭৫  টা
iii)আইনৰ আদালতত ট্ৰায়েলৰ বাবে অনুমোদিত হো‌ৱা দোষাৰোপিত ঘটনা১৫৫  টা২৫২  টা
iv)দোষাৰোপিত ঘটনাৰ বাবে আৰোপিত শুল্কৰ জমাৰাশি১,৯৬৯,০০০.০০ টকা৬,৭৪২,৫০০.০০ টকা