| ক্ৰমাংক | উৎস | ২০১৫-১৬ (টকাত) | ২০১৬-১৭ (টকাত) |
|---|---|---|---|
| i) | ওজন আৰু জোখ-মাখৰ নিৰীক্ষণ আৰু চীল-মোহৰ মৰাৰ বাবদ | ৩৪,৪১৯,৫২৭.০০ (লক্ষ্য ৩২,৪৫০,০০০.০০ ৰ বিপৰিতে) সফলতাৰ শতকৰা হাৰ ১০৬.০৭% | ৪৩,২৯১৮৪৩.০০ (লক্ষ্য ৩৫,৪২৫,০০০.০০ৰ বিপৰীতে) সফলতাৰ শতকৰা হাৰ ১২২.২১% |
| ii) | স্টোৰেজ টেংকৰ মাপ কৰণৰ বাবে লোৱা শুল্ক | ২,১০২,৬৪০.০০ | ২,০৬৪,৭৮১.০০ |
| iii) | লাইচেন্স নতুনকৈ দিয়া বা নবীকৰণৰ বাবে লোৱা শুল্ক | ৪৮৩,২০০.০০ | ৩৫৬,৯৫০.০০ |
| iv) | অপৰাধৰ বাবে লোৱা শুল্ক | ১,৯৬৯,০০০.০০ | ৬,৭৪২,৫০০.০০ |
| v) | নিৰ্মাতা/পেকিং কৰোতা/ আমদানী কৰোতাৰ পঞ্জীয়নৰ বাবে লোৱা শুল্ক | ১৩১,৭০০.০০ | ১১৯,৯০০.০০ |
| মুঠ | ৩৯,১০৬,০৬৭.০০ | ৫২,৫৭৫,৯৭৪.০০ | |
| ক্ৰমাংক | ঘটনাৰ সৱিশেষ | ২০১৫-১৬ | ২০১৬-১৭ |
|---|---|---|---|
| i) | দোষাৰোপ কৰা ঘটনাৰ পঞ্জীয়ন | ৫০৩ টা | ১৭০৮ টা |
| ii) | দোষাৰোপ কৰা ঘটনাৰ সবৃদ্ধি | ২৭৭ টা | ৮৭৫ টা |
| iii) | আইনৰ আদালতত ট্ৰায়েলৰ বাবে অনুমোদিত হোৱা দোষাৰোপিত ঘটনা | ১৫৫ টা | ২৫২ টা |
| iv) | দোষাৰোপিত ঘটনাৰ বাবে আৰোপিত শুল্কৰ জমাৰাশি | ১,৯৬৯,০০০.০০ টকা | ৬,৭৪২,৫০০.০০ টকা |